মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Environment, Forest and Climate Change Department Principal Chief Conservator of Forest & Head of Forest Force

বন্যজীৱ

  • অসমৰ হাবি-বন গছ-গছনি আৰু জীৱ-জন্তুৰ জৈৱবৈচিত্ৰত চহকী। ইয়াত আছে বহল-বিস্তৃত অৰণ্য যেনে- চিৰ সেউজীয়া, অৰ্ধ চিসেউজীয়া, মিশ্ৰ পৰ্ণপাতী অৰণ্য, শাল বন, নদীভিত্তিক বননী, সেমেকা চাভানা, শুকান তৃণভূমি আৰু বিভিন্ন প্ৰাকৃতিক হাবি। এই বিশাল প্ৰকৃতি আৰু জীৱন বৰ্তি থকা জৈৱবৈচিত্ৰ পৰিচালনা কৰাটো হাৰকুলিয়ান কাম।

    ৰাজ্য চৰকাৰে এই বৈচিত্ৰপূৰ্ণ পৰিবেশ সংৰক্ষণ কৰাৰ কাৰণে উচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰিছে (যেতিয়া) মানুহৰ উচ্চাকাংক্ষা আৰু প্ৰয়োজন বিবেচনা কৰি আৰু মনত ৰাখিব লাগিব যে আমি উৱিষ্যৎ প্ৰজন্মৰ ওচৰত যাতে ধৰুৱা হৈ নাথাকো।