তদৰ্থ কেম্পা প্ৰতিষ্ঠা কৰা হৈছিল ৰাষ্ট্ৰীয় পৰ্য্যায়ত (ৰাষ্ট্ৰীয় কেম্পা) আৰু ৰাজ্যিক কেম্পা প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যৰ কাৰণে ২০০৮ চনত উচ্চতম ন্যায়ালয়ৰ মধ্যস্থাতৰা পাছত।
ক্ষতিপুৰণ বনানীকৰণ পুঁজি পৰিচালনা আৰু পৰিকল্পনা কৰ্তৃপক্ষ (চি এ এম পি এ) এখন আইন সূতখোৰ অভিকৰণবোৰৰ পৰা ধন ধাৰলৈ ৰাজ্যৰ ৰাজহুৱা হিচাব বহী আৰু ভাৰতৰ হিচাব বহীত ধন জমা কৰি পুঁজি স্থাপনৰ ব্যৱস্থা কৰা, ক্ষতিপুৰণ বনানীকৰণ কৰা আৰু ১৯৮০ চনৰ বন (সংৰক্ষণ) আইনৰ অধীনত বৰ্তমানৰ মুঠ মূল্য তেনেকুৱা অভিকৰণৰ পৰা সকলো ধনৰাশি উদ্ধাৰ কৰা।
ৰাজ্যৰ ক্ষতিপুৰণ বনানীকৰণ পুঁজি পৰিচালনা আৰু পৰিকল্পনা কৰ্তৃপক্ষ (ৰাজ্যিক কেম্পা) ই পৰিকল্পনা কৰিছে এটা সঁজুলি হিচাপে প্ৰাকৃতিক বন সংৰক্ষণ, বন্যজন্তু পৰিচালনা, আন্তগাঁথনিৰ উন্নতি, এই ক্ষেত্ৰত আৰু আন সহযোগী কামত দ্ৰুততা আনিবলৈ।
ৰাজ্যিক কোম্পাই সম্প্ৰতি ধন গ্ৰহণ কৰিছে সূতখোৰ অভিকৰণৰ পৰা ক্ষতিপুৰণ বনানীকৰণ, অতিৰিক্ত ক্ষতিপুৰণ বনানীকৰণ,দণ্ড-বিধি ক্ষতিপুৰণ বনানীকৰণ, বৰ্তমানৰ মুঠ মূল্য (এন পি ভ) আৰু আন সকলো ধনৰাশি তেনেকুৱা অভিকৰণৰ পৰা উদ্ধাৰ কৰিবলৈ ১৯৮০ চনৰ বন (সংৰক্ষণ) আইনৰ অধীনত আৰু বৰ্তমান তদৰ্থ কেম্পাৰ সৈতে।
তদৰ্থ কেম্পাৰ পৰা লাভ কৰা ধনৰাশি ৰাজ্যিক কেম্পাই পৰিচালনা কৰে আৰু ক্ষতিপুৰণ বনানীকৰণ, প্ৰাকৃতিক পুনঃউৎপন্নত সহায় কৰা, সংৰক্ষণ আৰু অৰণ্য সুৰক্ষা, আন্তগাঁথনিৰ উন্নতি, বন্যপ্ৰাণী সংৰক্ষণ আৰু সুৰক্ষা আন সম্পৰ্কীত কামত সেই সংগ্ৰীহিত ধন খৰচ কৰা হয়। তাৰোপৰি কিছুমান বিষয় তাৰ লগত জড়িত বা ঘটনা সেইটোলৈ।
ৰাজ্যিক কেম্পাই ক্ষতিপুৰণ বনানীকৰণ আৰু এন. পি. ভি. ৰ কাৰণে লাভ কৰা পুঁজিৰ উমৈহতীয়া ভঁড়াল হিচাপে সেৱা আগবঢ়াই। সংৰক্ষণ, সুৰক্ষা আৰু বন পৰিচালনাৰ কাৰণে নিৰ্দেশাৱালীত দিয়া মতে পুঁজি ব্যৱহাৰৰ সুবিধাজনক বন্দোৱস্তি কৰে। ধন ৰাশি আৰু বিন্যস্ত কৰা হয় বন্যপ্ৰাণী সংৰক্ষণ আৰু বনৰীয়া প্ৰাণঈৰ আবাসৰ উন্নতিৰ বাবে।
(ক)নাৰ্ছাৰী
১.৫ হেক্টৰ | ৬৩ খন |
৩.৯ হেক্টৰ | ২৫ খন |
৩.০ হেক্টৰ নাৰ্ছাৰী আৰু সম্পদ কেন্দ্ৰ | ৩ খন |
(খ) বৃক্ষৰোপন
চি এ বৃক্ষৰোপন | ৩৯৭৫.৮১২৬ হেক্টৰ. |
---|---|
শাল জোপোহানি পৰিচালন বৃক্ষৰোপন | ৫০০ হেক্টৰ |
বনানীকৰণ- অৱনমন বা খালী ঠাইবোৰ সংৰক্ষীত বনাঞ্চলৰ ভিতৰত | ১১৩১.৫ হেক্টৰ. |
সংযোজিত প্ৰাকৃতিক নৱীকৰণ (এ এন আৰ) সংৰক্ষীত বনাঞ্চলৰ ভিতৰত | ৫০০ হেক্টৰ |
আপুৰুগীয়া বৃক্ষৰোপন | ২টা গোটত প্ৰতিটোতে ৫ হেক্টৰকৈ |
চোৰাং চিকাৰীৰ বিৰুদ্ধে শিবিৰ/সুৰক্ষা শিবিৰ | ২৭ টা |
ৰেঞ্জ বিষয়াৰ আবাস | ১৪ টা |
বনবিষয়াৰ আবাস | ৩৪ টা |
বনৰক্ষীৰ আবাস | ৩১ টা |
অসম আৰ্হীৰ ছাউনী | ৩০ টা |
বন/অৰণ্য শিবিৰ/ছাউনী | ১৭ টা |
গাঁৱলীয়া নাওঁ | ১০ টা |
পৰিচালন আৰু উন্নতকৰণ-অৰণ্য পথৰ | ১৫২ কিঃমিঃ |
হাতী প্ৰতিৰোধি খাৱৈ | ৮০ কিঃমিঃ |