মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পৰিবেশ আৰু বন Principal Chief Conservator of Forest & Head of Forest Force

সংৰক্ষীত বনাঞ্চল

  • বন সংৰক্ষণৰ কেলাইজস্কোপ

    ক্ৰঃনংনামসংখ্যামন্তব্য
    ৰাষ্ট্ৰীয় উদ্যান 
    বন্যপ্ৰাণী২০প্ৰস্তাৱিত তিনিখন
    বাঘ সংৰক্ষণমানস, নালেৰী, কাজিৰঙা
    জৈৱমণ্ডল সংৰক্ষণডিব্ৰু-চৈখোৱা, মানস
    বিশ্ব ঐতিহ্য ক্ষেত্ৰকাজিৰঙা, মানস
    ৰামচাৰ ক্ষেত্ৰদিপৰ বিল
    গুৰুত্বপূৰ্ণ পক্ষী ক্ষেত্ৰ৪৬ 
    হস্তী সংৰক্ষণ 

    অসমৰ সংৰক্ষীত বনাঞ্চল আৰু সুৰক্ষিত এলাকাৰ মেপ প্ৰদৰ্শণ

    বাঘ সংৰক্ষ
    মানস টি আৰকোকৰাঝাৰ, ছিৰাং, বাক্সা, ওডালগুৰী২৮৩৭.১২১৯৭৩
    নামেৰি টি আৰশোণিতপুৰ৩৪৪.০০১-০৩-২০০০
    কাজিৰঙা টি আৰনগাওঁ, গোৱাঘাট, শোণিতপুৰ৮৫৮.৯৮২০০৬
    হস্তী সংৰক্ষণ
    ছিৰাং-ৰাইপু ই আৰকোকৰাঝাৰ, ছিৰাং, বাক্সা, ওডালগুৰী২৬০০.০০০৬-০৩-০৩
    শোণিতপুৰ ই আৰশোণিতপুৰ১৪২০.০০০৭-০৩-০৩
    দিহিং-পাটকাই ই আৰডিব্ৰুগড় আৰু তিনিচুকীয়া৯৩৭.০০০৭-০৪-০৩
    কাজিৰঙা-কাৰ্বিআংলং ই আৰশোণিতপুৰ, নগাওঁ, গোৱাঘাট, আৰু কাৰ্বীআংলং৩২৭০.০০১৭-০৪-০৩
    ধনশিৰি-লুংডিং ই আৰকাৰ্বীআংলং, নগাওঁ আৰু উত্তৰ কাচাৰ পাৰ্বত্য২৭৪০.০০১৯-০৪-০৩
    জীৱমণ্ডল সুৰক্ষণ
    মানস বি আৰকোকৰাঝাৰ, ছিৰাং, বাক্সা, ওডালগুৰী২৮৩৭.০০১৪-০৩-৮৯
    ডিব্ৰু-চৈখোৱা বি আৰডিব্ৰুগড় আৰু তিনিচুকীয়া৭৬৫-.০০২৮-০৭-৯৭