বন আৰু পৰিবেশ বিভাগ, অসমৰ লক্ষ্য হ `ল পৰিবেশ সুৰক্ষা আৰু উন্নত কৰা, ৰাজ্যৰ বন আৰু বন্যপ্ৰাণীক সুৰক্ষা প্ৰদান আৰু ৰাজ্যৰ বন্যপ্ৰাণী সংৰক্ষণ, নতুন আয়তন দিয়া পৰম্পৰাজনিত মিশ্ৰ সংস্কৃতি ঢুকি পাবলৈ, ইয়াক সুৰক্ষিত কৰিবলৈ আৰু পাৰ্য্যমানে পাকৃতিক পৰিবেশ বন, হ্ৰদ, নদী আৰু বনৰীয়া জন্তুকে ধৰি সামগ্ৰীক উন্নতি বৰ্ধন কৰা আৰু জীৱিত প্ৰাণীৰ প্ৰতি মৰমীয়াল হোৱা। নতুন বননী ক্ষেত্ৰ মুকলি কৰি উপাৰ্জন, আয় আৰু নিযুক্তিৰ সৃষ্টি কৰা আমাৰ মানুহৰ মাজত যেতিয়া ৰাজ্যৰ দামহীন জৈৱবৈচিত্ৰ সংৰক্ষণৰ কথা আহি পৰে।
এখন স্বচ্ছ আৰু পৰিস্কাৰ চৰকাৰৰ প্ৰাথমিক দায়িত্ব হ`ল ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানৰ বিষয়ে জনসাধাৰণক জনোৱা। এই উদ্দেশ্য পূৰণৰ কাৰণে আমাৰ চৰকাৰে ইতিমধ্যে ``তথ্যৰ অধিকাৰ বিল`` আইনত পৰিণত কৰিছে ৰাজ্যত। এতিয়া বন বিভাগে অসমে প্ৰকাশ কৰিছে এখন হাতপুথি ``এটা দৰ্শণত আসমৰ হাবি-বন`` য`ত সকলো ধৰণৰ প্ৰাথমিক তথ্য, বিভাগৰ সংশ্লিষ্ট আৰু জনসাধাৰণ প্ৰাসংগিক দুয়ো ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰা হৈছে। সাধাৰণ লোকৰ কাৰণে তথ্য উপস্থাপন কৰাটো এটা গুৰুত্বপূৰ্ণ কাম আৰু এইটোৰ কাৰণে বন বিভাগ প্ৰশংসাৰ যোগ্য। হাতপুথি খনত মূল্যৱান তথ্য আছে আন্ত গাঁথনি, স্থিতি, মানৱসম্পদ, আহিলা-পাতি, প্ৰকৃতিক সম্পদ আৰু উন্নত জৈৱবৈচিত্ৰ বন বিভাগৰ অভিভাৱকত্বৰ অধীনত সুৰক্ষীত কৰা হৈছে। ৰাজহ উৎপন্ন, খৰচ সংঘটন কৰা, বিভিন্ন আঁচনি হাতত লোৱা আৰু প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে সুৰক্ষাৰ বাবে আৰু বিভাগৰ দ্বাৰা বন্যপ্ৰাণী আৰু অৰণ্যৰ স্থায়ী পৰিচালনা আদি সুন্দৰ ৰূপত উপস্থাপন কৰা হৈছে। বিভিন্ন নতুন আঁচনিৰ কাৰ্য্যকৰিকৰণ আংশগ্ৰহণকাৰী বন সুৰক্ষাৰ কাৰণে আৰু বনৰ আঁচলত ধৰি আয়-উপাৰ্জন কৰা বিশেষকৈ গাওঁ বাসীয়ে যুটীয়াভাৱে বন ব্যৱস্থাপনা কৰি আয় কৰিব পাৰে, এইবোৰ হাতপুথিত উল্লেখ কৰা হৈছে। পুথিখনত বন বিভাগৰ স্পষ্ট তথ্য দিয়াৰ উপৰিও আশা কৰা হৈছে যে আমাৰ প্ৰাকৃতিক সম্পদৰ স্থায়ী ব্যৱহাৰ আৰু সুৰক্ষাৰ কাৰণে স্বতঃস্ফুৰ্ট সহযোগ প্ৰকাশ কৰিব।