মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পৰিবেশ আৰু বন Principal Chief Conservator of Forest & Head of Forest Force

ৰাজ্যিক চি এ এম পি এ

  • ৰূপৰেখা:

    তদৰ্থ কেম্পা প্ৰতিষ্ঠা কৰা হৈছিল ৰাষ্ট্ৰীয় পৰ্য্যায়ত (ৰাষ্ট্ৰীয় কেম্পা) আৰু ৰাজ্যিক কেম্পা প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যৰ কাৰণে ২০০৮ চনত উচ্চতম ন্যায়ালয়ৰ মধ্যস্থাতৰা পাছত।

    ক্ষতিপুৰণ বনানীকৰণ পুঁজি পৰিচালনা আৰু পৰিকল্পনা কৰ্তৃপক্ষ (চি এ এম পি এ) এখন আইন সূতখোৰ অভিকৰণবোৰৰ পৰা ধন ধাৰলৈ ৰাজ্যৰ ৰাজহুৱা হিচাব বহী আৰু ভাৰতৰ হিচাব বহীত ধন জমা কৰি পুঁজি স্থাপনৰ ব্যৱস্থা কৰা, ক্ষতিপুৰণ বনানীকৰণ কৰা আৰু ১৯৮০ চনৰ বন (সংৰক্ষণ) আইনৰ অধীনত বৰ্তমানৰ মুঠ মূল্য তেনেকুৱা অভিকৰণৰ পৰা সকলো ধনৰাশি উদ্ধাৰ কৰা।

    ৰাজ্যৰ ক্ষতিপুৰণ বনানীকৰণ পুঁজি পৰিচালনা আৰু পৰিকল্পনা কৰ্তৃপক্ষ (ৰাজ্যিক কেম্পা) ই পৰিকল্পনা কৰিছে এটা সঁজুলি হিচাপে প্ৰাকৃতিক বন সংৰক্ষণ, বন্যজন্তু পৰিচালনা, আন্তগাঁথনিৰ উন্নতি, এই ক্ষেত্ৰত আৰু আন সহযোগী কামত দ্ৰুততা আনিবলৈ।

    ৰাজ্যিক কোম্পাই সম্প্ৰতি ধন গ্ৰহণ কৰিছে সূতখোৰ অভিকৰণৰ পৰা ক্ষতিপুৰণ বনানীকৰণ, অতিৰিক্ত ক্ষতিপুৰণ বনানীকৰণ,দণ্ড-বিধি ক্ষতিপুৰণ বনানীকৰণ, বৰ্তমানৰ মুঠ মূল্য (এন পি ভ) আৰু আন সকলো ধনৰাশি তেনেকুৱা অভিকৰণৰ পৰা উদ্ধাৰ কৰিবলৈ ১৯৮০ চনৰ বন (সংৰক্ষণ) আইনৰ অধীনত আৰু বৰ্তমান তদৰ্থ কেম্পাৰ সৈতে।

    তদৰ্থ কেম্পাৰ পৰা লাভ কৰা ধনৰাশি ৰাজ্যিক কেম্পাই পৰিচালনা কৰে আৰু ক্ষতিপুৰণ বনানীকৰণ, প্ৰাকৃতিক পুনঃউৎপন্নত সহায় কৰা, সংৰক্ষণ আৰু অৰণ্য সুৰক্ষা, আন্তগাঁথনিৰ উন্নতি, বন্যপ্ৰাণী সংৰক্ষণ আৰু সুৰক্ষা আন সম্পৰ্কীত কামত সেই সংগ্ৰীহিত ধন খৰচ কৰা হয়। তাৰোপৰি কিছুমান বিষয় তাৰ লগত জড়িত বা ঘটনা সেইটোলৈ।

    ৰাজ্যিক কেম্পাই ক্ষতিপুৰণ বনানীকৰণ আৰু এন. পি. ভি. ৰ কাৰণে লাভ কৰা পুঁজিৰ উমৈহতীয়া ভঁড়াল হিচাপে সেৱা আগবঢ়াই। সংৰক্ষণ, সুৰক্ষা আৰু বন পৰিচালনাৰ কাৰণে নিৰ্দেশাৱালীত দিয়া মতে পুঁজি ব্যৱহাৰৰ সুবিধাজনক বন্দোৱস্তি কৰে। ধন ৰাশি আৰু বিন্যস্ত কৰা হয় বন্যপ্ৰাণী সংৰক্ষণ আৰু বনৰীয়া প্ৰাণঈৰ আবাসৰ উন্নতিৰ বাবে।

    লক্ষ্য আৰু বস্তুনিষ্ঠ উদ্দেশ্য

    1. বৰ্তি থকা প্ৰাকৃতিক অৰণ্যৰ সংৰক্ষণ, সুৰক্ষা, নৱীকৰণ আৰু পৰিচালনা।
    2. বন্যপ্ৰাণী আৰু ইয়াৰ ভিতৰত আৱাসৰ সংৰক্ষণ, সুৰক্ষা আৰু পৰিচালনা আৰু সংৰক্ষীত এলেকাৰ অন্তৰ্ভূক্তিৰ লগতে দৃঢ় কৰা।
    3. ক্ষতিপূৰণ বনানীকৰণ।
    4. পৰিৱেশিক বাজহুৱা সেৱা, যেনে:
    5. কাঠ, অ-কাঠ বনৰ উৎপাদিত বস্তু, ইন্ধণ, গো-খাদ্য আৰু পানী, আদি বস্তুৰ যোগান আৰু কিছুমান সেৱাৰ যোগান যেনে-চৰণীয়া পথাৰ, পৰ্যটন, বন্যপ্ৰাণী সুৰক্ষা আৰু জীৱন সুৰক্ষা।
    6. পৰিচালন সেৱা যেনে- বতৰ পৰিচালন, বেমাৰ নিয়ন্ত্ৰণ, বানপানী প্ৰশমিত কৰা, বিষ-বৰ্জণ, কাৰ্বণ পৃথককৰণ আৰু মাটিৰ স্বাস্থ্য, বায়ু আৰু পানী মিতাচাৰী হোৱা।
    7. পৰিৱেশৰ পৰা অবস্তু লাভ গ্ৰহণ কৰিব পাৰো- আধ্যাত্মিক, ধৰ্মীয়, মনোৰঞ্জণ, নন্দনতাত্বিক, প্ৰেৰণাদায়ক, শৈক্ষিক আৰু প্ৰতিকী।
    8. পৰিবেশিক সেৱা, জৈৱবৈচিত্ৰ, পুষ্টি-চক্ৰ আৰু প্ৰাথমিক উৎপাদনৰ সৃষ্টিৰ কাৰণে আন প্ৰয়োজনীয় সেৱাৰ সহায় আগবঢ়োৱা।
    9. গৱেষণা, প্ৰশিক্ষণ আৰু সামৰ্থতা গঢ়া।
     

    ৰাজ্যিক কেম্পাৰ দ্বাৰা হাতত লোৱা মুখ্য কামবোৰ

    (১) বৃক্ষৰোপন আৰু নাৰ্ছাৰী

    (ক)নাৰ্ছাৰী

    Swipe to view
    ১.৫ হেক্টৰ৬৩ খন
    ৩.৯ হেক্টৰ২৫ খন
    ৩.০  হেক্টৰ নাৰ্ছাৰী আৰু সম্পদ কেন্দ্ৰ৩ খন

    (খ) বৃক্ষৰোপন

    Swipe to view
    চি এ বৃক্ষৰোপন৩৯৭৫.৮১২৬ হেক্টৰ.
    শাল জোপোহানি পৰিচালন বৃক্ষৰোপন৫০০ হেক্টৰ
    বনানীকৰণ- অৱনমন বা খালী ঠাইবোৰ সংৰক্ষীত বনাঞ্চলৰ ভিতৰত১১৩১.৫ হেক্টৰ.
    সংযোজিত প্ৰাকৃতিক নৱীকৰণ (এ এন আৰ) সংৰক্ষীত বনাঞ্চলৰ ভিতৰত৫০০ হেক্টৰ
    আপুৰুগীয়া বৃক্ষৰোপন২টা গোটত প্ৰতিটোতে ৫  হেক্টৰকৈ

    (২) আন্তঃগাঁথনি আৰু উন্নতি

    Swipe to view
    চোৰাং চিকাৰীৰ বিৰুদ্ধে শিবিৰ/সুৰক্ষা শিবিৰ২৭ টা
    ৰেঞ্জ বিষয়াৰ আবাস১৪ টা
    বনবিষয়াৰ আবাস৩৪ টা
    বনৰক্ষীৰ  আবাস৩১ টা
    অসম আৰ্হীৰ ছাউনী৩০ টা
    বন/অৰণ্য শিবিৰ/ছাউনী১৭ টা
    গাঁৱলীয়া নাওঁ১০ টা
    পৰিচালন আৰু উন্নতকৰণ-অৰণ্য পথৰ১৫২ কিঃমিঃ
    হাতী প্ৰতিৰোধি খাৱৈ৮০ কিঃমিঃ