মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পৰিবেশ আৰু বন Principal Chief Conservator of Forest & Head of Forest Force

ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ যাব পৰা ব্যৱস্থা

বিমান পথেৰে – ওচৰৰ বিমানবন্দৰ হ`ল তেজপুৰৰ শালনীবাৰী প্ৰায় ৬০ কিঃমিঃ দূৰ ওৰাং(ৰাজীৱ গান্ধী) ৰাষ্ট্ৰীয় উদ্যানৰ পৰা। তেজপুৰ বিমানবন্দৰৰ ওৰাং (ৰাজীৱ গান্ধী)ৰাষ্ট্ৰীয় উদ্যানৰ লগত ভাল যোগাযোগ ব্যৱস্থা আছে।

ৰেল পথেৰে – আটাইতকৈ ওচৰৰ ৰেল ষ্টেছনবোৰ হ`ল শালনি আৰু ৰঙাপাৰা ৰেল ষ্টেছন। এইবেৰ ৰেল ষ্টেছন ওৰাং (ৰাজীৱ গান্ধী)ৰাষ্ট্ৰীয় উদ্যানৰ লগত সুন্দৰ যাতায়তৰ সুবিধা আছে।

পথেৰে – -এৰাং (ৰাজীৱ গান্ধী)ৰাষ্ট্ৰীয় উদ্যানখন মুখ্য চহৰ/নগৰৰ লগত পথ যোগাযোগৰ সুন্দৰ ব্যৱস্থা আছে। চৰকাৰী আৰু ব্যক্তিগত বাহন ওৰাং (ৰাজীৱ গান্ধী)ৰাষ্ট্ৰীয় উদ্যানলৈ গৈ থাকে ঘনাই।