মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পৰিবেশ আৰু বন Principal Chief Conservator of Forest & Head of Forest Force

মানস ৰাষ্ট্ৰীয় উদ্যানলৈ যাব পৰা ব্যৱস্থা

আকাশী পথেৰে

আটাইতকৈ ওচৰৰ বিমান বন্দৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ, গুৱাহাটী বিামান বন্দৰ (১৮০ কিঃমিঃ/৫ ঘণ্টাৰ পথ)। ইণ্ডিয়ান এয়াৰলাইন্স (এয়াৰ ইণ্ডিয়া) জেট এয়াৰৱেজ, জেটলাইট, ইন্দিগ` আৰু গ` এয়াৰৰ দ্বাৰা বাগডোগ্, কলকাতা, নতুন দিল্লী, মুম্বাই, বাংগালোৰ, চেন্নাই, জয়পুৰ, হাইদৰাবাদ, গোৱা, ডিব্ৰুগড়, যোৰবাটৰ পৰা নিয়মিত ভাৱে বিমান চলাচল কৰে। দ্ৰুকএয়াৰে সপ্তাহত দুবাৰকৈ বেংকক আৰু পাৰো(ভূটান)ক গুৱাহাটীৰ লগত যোগাযোগ কৰে।

মানস বাগডোগৰা বিমানবন্দৰৰ পৰাও ওচৰ (৩৩৫ কিঃমিঃ) আৰু চিকিমৰ অতি সুন্দৰ পৰ্যটন আৱৰ্তভৱনক সংযোগ কৰিব পাৰি ই তাৰ পৰা ওচৰ হয়।

 

পথেৰে

মানসে উপভোগ কৰিছে উৎকৃষ্ট যোগাযোগ ওচৰৰ চহৰ বোৰ আৰু গুৱাহাটী মহানগৰীৰ লগত ৰাষ্ট্ৰীয় ঘাইপথ ৩১ ৰে। পথ দূৰত্ব ওচৰৰ চহৰ আৰু নগৰৰ পৰা যেনে-কোকৰাঝাৰৰ পৰা ১১২ কিঃমিঃ নলবাৰীৰ পৰা ৬৬ কিঃমিঃ গাৱাহাটীৰ পৰা ১৩৭ কিঃমিঃ নগাঁৱৰ পৰা ২৭৪ কিঃমিঃ আৰু বৰপেটাৰ পৰা ৪৩ কিঃমিঃ।

মানস মেঘালয়, অৰুণাচল আৰু পশ্চিমবংগৰ পৰাও ওচৰ হয়, যি সকলো সীমাৰ পৰাই ইয়াত প্ৰৱেশ কৰিব পাৰে।

যিকোনো সহায় আৰু যোগাযোগৰ কাৰণে – মূখ্য কাৰ্য্যালয়ৰ বিষয়া, মানস ব্যঘ্ৰ সংৰক্ষণ, যোগাযোগ নম্বৰ-৯১ ৯৪৩৫০২২৯২০,

আন প্ৰশ্নৰ কাৰণে যোগাযোগ কৰিবলৈ: ক্ষেত্ৰ সঞ্চালক, মানস, ব্যঘ্ৰ সংৰক্ষণ, বৰপেটা ৰোড-৭৮১৩১৫,দূৰভাষ-০৩৬৬৬-; ডি ৱাই. ক্ষেত্ৰ সঞ্চালক, মানস ব্যঘ্ৰ সংৰক্ষণ, বৰপেটাৰোড-৭৮১৩১৫,দূৰভাষ-২৬০২৫০(কাঃ),+৯১৯৪৩৫১১১১৭২,
ইমেইল : fd.manastp@gmail.com ; ডি ৱাই. ক্ষেত্ৰ সঞ্চালক, মানস ব্যঘ্ৰ সংৰক্ষণ, বৰপেটাৰোড-৭৮১৩১৫,দূৰভাষ- +৯১ ৯৪৩৫১৯৫৫৭৯,
ৱেবচাইট: http://worldheritagemanas.com/

দৰ্শণৰ কাৰণে উত্তম সময় : নৱেম্বৰৰ পৰা এপ্ৰিললৈ

 

ৰেল পথেৰে

গুৱাহাটী হৈছে উত্তৰ পূৱ ভাৰতৰ প্ৰৱেশ দ্বাৰ। ৰাজধানী এক্সপ্ৰেছ সহ ভাৰতৰ সকলো মূখ্য চহৰ গুৱাহাটীৰ লগত ভালভাৱে সংযুক্ত।বৰপেটা ৰ`ড ৰেলৱে ষ্টেচনত বহুকেইখন ৰেল ৰখাই, যি ঘাইপথেৰে বাঁহবাৰী (মুচা জাংগল ৰিট্ৰিট, মানস )ৰ পৰা ২২ কিঃমিঃ দূৰত অৱস্থিত।