মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Environment, Forest and Climate Change Department Principal Chief Conservator of Forest & Head of Forest Force

নাৰ্ছাৰী কাৰ্য্যসূচী

নাৰ্ছাৰীৰ আৱস্থান আৰু সংমণ্ডলৰ নাম

ক্ৰঃনং.সংমণ্ডলৰ নামএলেকাৰ নাম
১পৰ্বতযোৰা সংমণ্ডলৰামসৰোবৰ এলেকা
২হালটু গাওঁ  সংমণ্ডলকোকৰিখোলা, নায়কগাওঁ ৰেঞ্জৰ অধীন
৩ডিমাহাছাও পশ্চিম সংমণ্ডললাংখাক, হাফলং ৰেঞ্জৰ অধীন
৪কোকৰাঝাৰ এছ এফ সংমণ্ডলনতুন লাউৰিপাৰা (তিনিআলি)
৫নলবাৰী এছ এফ  সংমণ্ডলমৰুৱা চৌকি
৬বঙাইগাওঁ এছ এফ সংমণ্ডলটেঙাগাওঁ
৭বঙাইগাওঁ এছ এফ সংমণ্ডলজাকুৱাপাৰা
৮ধুবুৰী সংমণ্ডলশ্ৰী গ্ৰাম আৰ এফ
৯ধবছিৰি সংমণ্ডলনলখামাৰা, ওডালগুৰী
১০ধবছিৰি সংমণ্ডলবৰ-নগাওঁ, ওডালগুৰী
১১কচুগাওঁ সংমণ্ডলফকিৰাগ্ৰাম ডিপট
১২বাসকা সংমণ্ডলদাওধৰা আৰ এফ
১৩ডিব্ৰুগড় এছ এফডি ডি আৰ কলেজ চৌহদ, চাবুৱা
১৪গোৱালপাৰা এছ এফ সংমণ্ডলআগিয়া
১৫গোৱালপাৰা এছ এফ সংমণ্ডলদুবাপাৰা
১৬শিৱসাগৰ এছ এফ সংমণ্ডলআঠখোলা গেলেকী
১৭নগাওঁ এছ এফ সংমণ্ডললংকাজান, লংকা এছ এফ কেন্দ্ৰৰ অধীন
১৮কৰিমগঞ্জ এছ এফ সংমণ্ডলবিলবাৰী, সদৰ ৰেঞ্জৰ অধীন
১৯ ৰামকৃষ্ঞ লগৰ ৰেঞ্জ
২০শিলচৰ এছ এফ সংমণ্ডলবাগৰকুনা, উদাৰ বন্দ ৰেঞ্জৰ অধীন।
২১শিলচৰ এছ এফ সংমণ্ডললালাচেৰা, হাইলাকান্দী
২২গোলাঘাট এছ এফ সংমণ্ডলমূখ্য কাৰ্য্যালয় ৰেঞ্জ, গোলাঘাট
২৩গুৱাহাটী এছ এফ সংমণ্ডলমূখ্য কাৰ্য্যালয় ৰেঞ্জ, বশিষ্ঠ
২৪কাছাৰ সংমণ্ডললক্ষীপুৰ, জিৰিঘাট ৰেঞ্জৰ অধীনত
২৫নগাওঁ সংমণ্ডলচালনা ৰেঞ্জ
২৬শোণিতপুৰ পশ্চিমধেকীয়াজুলি ৰেঞ্জ
২৭মধ্য অসম বনানীকৰণ সংমণ্ডলহোজাই
২৮মধ্য অসম বনানীকৰণ সংমণ্ডলকঠিয়াতলি
২৯কৰিমগঞ্জ সংমণ্ডলৰঙামাটি, লাৱাইৰপোৱা ৰোঞ্জৰ অধীন
৩০কৰিমগঞ্জ সংমণ্ডলছিৰাগী ৰেঞ্জ মূখ্য কাৰ্য্যালয়
Downloads
TitleSizeDetail
নাৰ্ছাৰীৰ আৱস্থান আৰু সংমণ্ডলৰ নাম259.69 KBswf-image