| ক্ৰঃনং | নাম | সংখ্যা | মন্তব্য |
|---|---|---|---|
| ১ | ৰাষ্ট্ৰীয় উদ্যান | ৫ | |
| ২ | বন্যপ্ৰাণী | ২০ | প্ৰস্তাৱিত তিনিখন |
| ৩ | বাঘ সংৰক্ষণ | ৩ | মানস, নালেৰী, কাজিৰঙা |
| ৪ | জৈৱমণ্ডল সংৰক্ষণ | ২ | ডিব্ৰু-চৈখোৱা, মানস |
| ৫ | বিশ্ব ঐতিহ্য ক্ষেত্ৰ | ২ | কাজিৰঙা, মানস |
| ৬ | ৰামচাৰ ক্ষেত্ৰ | ১ | দিপৰ বিল |
| ৭ | গুৰুত্বপূৰ্ণ পক্ষী ক্ষেত্ৰ | ৪৬ | |
| ৮ | হস্তী সংৰক্ষণ | ৫ |

| বাঘ সংৰক্ষণ | ||||||||
|---|---|---|---|---|---|---|---|---|
| ১ | মানস টি আৰ | কোকৰাঝাৰ, ছিৰাং, বাক্সা, ওডালগুৰী | ২৮৩৭.১২ | ১৯৭৩ | ||||
| ২ | নামেৰি টি আৰ | শোণিতপুৰ | ৩৪৪.০০ | ১-০৩-২০০০ | ||||
| ৩ | কাজিৰঙা টি আৰ | নগাওঁ, গোৱাঘাট, শোণিতপুৰ | ৮৫৮.৯৮ | ২০০৬ | ||||
| হস্তী সংৰক্ষণ | ||||||||
|---|---|---|---|---|---|---|---|---|
| ১ | ছিৰাং-ৰাইপু ই আৰ | কোকৰাঝাৰ, ছিৰাং, বাক্সা, ওডালগুৰী | ২৬০০.০০ | ০৬-০৩-০৩ | ||||
| ২ | শোণিতপুৰ ই আৰ | শোণিতপুৰ | ১৪২০.০০ | ০৭-০৩-০৩ | ||||
| ৩ | দিহিং-পাটকাই ই আৰ | ডিব্ৰুগড় আৰু তিনিচুকীয়া | ৯৩৭.০০ | ০৭-০৪-০৩ | ||||
| ৪ | কাজিৰঙা-কাৰ্বিআংলং ই আৰ | শোণিতপুৰ, নগাওঁ, গোৱাঘাট, আৰু কাৰ্বীআংলং | ৩২৭০.০০ | ১৭-০৪-০৩ | ||||
| ৫ | ধনশিৰি-লুংডিং ই আৰ | কাৰ্বীআংলং, নগাওঁ আৰু উত্তৰ কাচাৰ পাৰ্বত্য | ২৭৪০.০০ | ১৯-০৪-০৩ | ||||
| জীৱমণ্ডল সুৰক্ষণ | ||||
|---|---|---|---|---|
| ১ | মানস বি আৰ | কোকৰাঝাৰ, ছিৰাং, বাক্সা, ওডালগুৰী | ২৮৩৭.০০ | ১৪-০৩-৮৯ |
| ২ | ডিব্ৰু-চৈখোৱা বি আৰ | ডিব্ৰুগড় আৰু তিনিচুকীয়া | ৭৬৫-.০০ | ২৮-০৭-৯৭ |